▶️৬২২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই হজৰত মহম্মদৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা।এই চনৰে পৰা মুছলমান সকলৰ ‘হিজৰি’ চন গণনা কৰা হয়।
▶️১৮৮৮ চনৰ এই দিনটোতেই পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ফ্লিটজ জাৰনাইকৰ জন্ম হৈছিল।
▶️১৯০৯ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী অৰুণা আছফ আলীৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ এই দিনটোতেই পাৰমাণৱিক বোমাৰ প্ৰথম পৰীক্ষামূলক বিস্ফোৰণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই সেই বছৰৰে ১০ জুলাইত আসাম ৰাইফলছৰ গুলীত মনোৰমা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মণিপুৰৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ।আসাম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সমূখত অভিনৱভাবে নগ্ন মহিলাৰ প্ৰতিবাদ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৬ জুলাই
You might also like