আজি ২৭ ডিচেম্বৰ

▶️১৫৭১ চনৰ আজিৰ দিনটোতেই জাৰ্মান জ্যোতিৰ্বিজ্ঞানী যোহানছ কেপলাৰৰ জন্ম হৈছিল।
▶️১৭৯৭ চনৰ এই দিনটোতেই উৰ্দু কবি মিৰ্জা গালিবৰ জন্ম হৈছিল।
▶️১৮২২ চনৰ আজিৰ দিনটোতেই ফৰাছী বিজ্ঞানী লুই পেষ্টিউডৰ জন্ম হৈছিল।
▶️১৯১১ চনৰ এই দিনটোতেই কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘জন গণ মন’ গীতটি প্ৰথমবাৰৰ বাবে পৰিৱেশন।
▶️১৯৪৫ চনৰ এই দিনটোতেই বিশ্ব বেংক প্ৰতিষ্ঠা।স্থাপন হৈছিল International Monetary Fund(IMF)।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই মহেন্দ্ৰ মোহন চৌধুৰীৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ২৪ ঘন্টীয়া ছেটেলাইট চেনেল উদ্বোধন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই সূদীৰ্ঘ ৯ বছৰৰ মূৰত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ দেহাৱসান ঘটিছিল।
▶️২০০৬ চনৰ এই দিনটোতেই টেষ্ট ক্ৰিকেটত শ্বেন ৱাৰ্নৰ ৭০০ উইকেট দখল।।

You might also like
Leave A Reply

Your email address will not be published.