পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত তীব্ৰ সংঘাত। সোমবাৰে ইজৰাইলৰ সেনা বাহিনীয়ে পেলেষ্টাইনৰ জেৰিকো চহৰত চলায় বৃহৎ অভিযান । ইজৰাইলৰ সেনা বাহিনীৰ ধাৰাসাৰ গোলাবৰ্ষণত নিহত ডজনৰো অধিক সশস্ত্ৰ আক্ৰমণকাৰী । পেলেষ্টাইনৰ সশস্ত্ৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি
ইজৰাইলৰ সেনা সুত্ৰই সদৰি কৰিছে।।
