গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ কাৰ্যকালৰ ব্যাপক জালিয়াতি ক্ৰমাৎ পোহৰলৈ আহিছে।হাজৰিকাৰ কাৰ্যকালত বক্ৰ পথেৰে চাকৰি লোৱা ৪০ গৰাকী কাৰ্যালয় সহায়কক বৰ্খাস্ত কৰিলে ৰাজ্য চৰকাৰে।বৰ্তমানৰ GMCৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত বৰ্খাস্ত কৰা হৈছে বক্ৰ পথেৰে চাকৰি লোৱা ৪০ কৰ্মচাৰীক।।
