সলনি হ’ব ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ৰ নাম। ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক ‘মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা’ ৰূপে নতুন নামকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। দেশ-বিদেশৰ অসংখ্য ভাৰতীয়ৰ অনুৰোধ মৰ্মে এই সিদ্ধান্ত লোৱাৰ কথা টুইটাৰ যোগে জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।।
