ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ, হ্ৰাস পাইছে মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৪৪ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২১ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৬৮ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ২,৯৪৬ পজিটিভিটিৰ হাৰ ২.৪৮ শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৩,৫০৪ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৯০৮।

You might also like
Leave A Reply

Your email address will not be published.