ভয়ংকৰ বিমান দুৰ্ঘটনা

ইন্টাৰনেচনেল ডেস্ক-

চুইডেনৰ অ’ৰেব্ৰোৰ বিমান বন্দৰৰ পৰা উৰা মাৰাৰ কিছু সময় পিছতে নগৰাকী লোক কঢ়িয়াই নিয়া এখন সৰু বিমান বৃহস্পতিবাৰে দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰাপ্ত খবৰ মতে, চুইডেনৰ ৰাজধানী ষ্টকহ’মৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ পশ্চিমে অৱস্থিত অ’ৰেব্ৰোত সংঘটিত হয় দুৰ্ঘটনাটো। হতাহতৰ সংখ্যা এতিয়ালৈকে আনুস্থানিকভাবে নিশ্চিত কৰা হোৱা নাই যদিও আৰক্ষীৰ সূত্ৰ অনুসৰি দুৰ্ঘটনাটোত কেইবাজনো লোক নিহত হৈছে।

You might also like
Leave A Reply

Your email address will not be published.