ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত হ্ৰাস পোৱা নাই ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ১,৭৯৬ গৰাকী । মৃত্যু ২২ গৰাকীৰ। মুঠ আক্ৰান্তৰ ২২৬ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত সংক্ৰমণৰ হাৰ ১.১৩% । আনহাতে বিগত ২৪ ঘণ্টাত দেশত ৩৪,৮৬১ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ৪৮১ গৰাকীৰ।

You might also like
Leave A Reply

Your email address will not be published.