ছেমি ফাইনেলত পৰাস্ত লাভলীনা

ইতিহাস ৰচি টকিঅ’ত ছেমি ফাইনেলৰ পৰা বিদায় ল’লে অসম কণ্যা লাভলীনাই। ছেমি ফাইনেলত শক্তিশালী প্ৰতিদ্বন্দী বিশ্ব চেম্পিয়ন তুৰস্কৰ বুচেনাজ চুৰমেনেলীৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হ’ল লাভলীনা। ব্ৰঞ্জৰ পদকেৰে দেশক বিশ্ব দৰবাৰত জিলিকোৱা অসম কণ্যা লাভলীনাই অলিম্পিকৰ ইতিহাসত সুচনা কৰিলে অসমৰ স্বৰ্ণীল অধ্যায়।।

You might also like
Leave A Reply

Your email address will not be published.