গৰুখুঁটি কাণ্ডৰে জড়িত ২ জনক গ্ৰেপ্তাৰ

গৰুখুঁটি কাণ্ডৰে জড়িত দুজনক দেওবাৰে আটক কৰিছে CIDএ।গ্ৰেপ্তাৰ হোৱা লোক দুজন আছমত আলি আৰু ছান মামুদ।আছমত আলি বাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি হোৱাৰ বিপৰীতে ছান মামুদ সানোৱা পঞ্চায়তৰ সভাপতি।ছেলিম নামৰ আন এজন লোককো সোধপোচৰ বাবে তলৱ কৰিছে তদন্তকাৰী সংস্থাই।।

You might also like
Leave A Reply

Your email address will not be published.