লুইতত সন্ধানহীন ৩ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ পাণ্ডুঘাটত শোকাৱহ ঘটনা।দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ৪ ছাত্ৰৰ ৩ জনৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন হৈ আছে দীপ সৰকাৰ নামৰ ছাত্ৰজন।নিখোজ ছাত্ৰজনৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.