চিকিৎসা বিজ্ঞানত অসমৰ অনন্যাৰ চমক

চিকিৎসা বিজ্ঞানত অসম কন্যাৰ বৃহৎ সাফল্য। অসমৰ ডাঃ অনন্যা গোস্বামীলৈ AIIMS ৰ বিশেষ সন্মান। চকু চিকিৎসা বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ চিকিৎসক বঁটা অনন্যালৈ। ডাঃ বোধৰাজ চাবৰৱাল স্বৰ্ণ পদকেৰে সন্মানিত ডাঃ অনন্যা গোস্বামী। AIIMSৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিবসত এই সন্মান প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.