ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত সোনোৱাল

আজি আছিল ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ৰাজ্যৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনত প্ৰতিদ্বন্দিতাৰ বাবে আগবাঢ়ি নাহিল কোনো প্ৰাৰ্থী। প্ৰত্যাশিত ভাবেই একমাত্ৰ আসনখনত বিনা প্ৰতিদ্বন্দিতাৰে মিজয়েৰে ৰাজ্যসভালৈ নিৰ্বাচিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।।

You might also like
Leave A Reply

Your email address will not be published.