CM ভিজিলেন্সৰ জালত বিধায়ক শ্বেৰমান

শ্বহীদক অপমান কৰি ৰঙাঘৰত আৱদ্ধ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে এইবাৰ বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে শ্বেৰমানক। ৫ দিনৰ বাবে CM ভিজিলেন্সৰ জিম্মাত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ।।

You might also like
Leave A Reply

Your email address will not be published.