প্ৰাক্তন বেংক বিষয়াৰ মৃত্যু

গুৱাহাটীৰ বশিষ্ঠপুৰ নিবাসী ,ষ্টেট বেংকৰ প্ৰাক্তন বিষয়া হিৰণ্য কুমাৰ বৰুৱা ( মন্ত্ৰী)ৰ আজি পুৱা পৰলোক প্ৰাপ্তি হয়। প্ৰয়াত বৰুৱাৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত আজি দুপৰীয়া সম্পন্ন কৰা হয়। সৰবৰহী ব্যক্তি গৰাকীৰ মৃত্যুত বশিষ্ঠপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.