মুকলি হ’ল পবিতৰা

আজি পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল পবিতৰা অভয়াৰণ্য । এতিয়াৰে পৰা পুনৰ দেশী বিদেশী পৰ্যটকৰ ৰম্যভূমি হ’ব এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা ।২০২১- ২২ পৰ্য্যটন বৰ্ষৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

You might also like
Leave A Reply

Your email address will not be published.