১৮ অক্টোবৰত ঘোষণা হ’ব পৰীক্ষাৰ দিন

CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে নিৰ্দেশনা। ১৮ অক্টোবৰত ঘোষণা কৰা হ’ব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন। দুটা পৰ্যায়ত অফলাইন যোগে অনুষ্ঠিত হ’ব পৰীক্ষা । নৱেম্বৰ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ আৰু মাৰ্চ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

You might also like
Leave A Reply

Your email address will not be published.