আত্মসমৰ্পণেৰে মূলসুঁতিলৈ শীৰ্ষ আলফা নেতা

আলফা স্বাধীনৰ আন এজন শীৰ্ষ নেতাৰ আত্মসমৰ্পণ।তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ ওচৰত আত্মসমৰ্পণ আলফা(স্বা)ৰ শীৰ্ষ নেতা কেপ্টেইন যোগেন মিলি ওৰফে হিমালয় অসমৰ। ১৯৯৬ চনতে আলফাত যোগদান কৰা ৪৬ বছৰীয়া বিদ্ৰোহী নেতাজনে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.