ৰঙাঘৰত সোমাল ৰৌণক; বিস্ফোৰক তথ্য লাভ!

ন্যায়িক জিম্মালৈ প্ৰেৰণ নিলম্বিত DIG ৰৌণক আলী হাজৰিকাক। ৰৌণক আলী হাজৰিকাৰ অসুস্থতাক লৈ প্ৰশ্ন। অসুস্থতা সন্দৰ্ভত DGPক তদন্তৰ নির্দেশ। বিশেষ ন্যায়াধীশৰ আদালতে দিছে এই নিৰ্দেশ।১০দিনৰ আৰক্ষীৰ জিম্মাত আছিল হাজৰিকা। আজি বিশেষ আদালতত হাজিৰ কৰাৰ পিছতে জামিন আবেদন নাকচ কৰে আদালতে। জেৰাৰ সময়ত পোহৰলৈ আহিছে বহু ন-ন বিস্ফোৰক তথ্য। হাজৰিকাই ২০ কেজি সোণ আত্মসাত কৰাৰ লগতে জেহাদিৰ লিংকৰ সন্ধান পাইছে আৰক্ষীয়ে। তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণৰ গোচৰত অভিযুক্ত ৰৌণক আলি হাজৰিকাই।।

You might also like
Leave A Reply

Your email address will not be published.