অংকুমনি হত্যাকাণ্ডৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ

নলবাৰীৰ অংকুমনি হত্যাকাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। তিনি দিন পূৰ্বে পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হৈছিল অংকুমণি কলিতাৰ মৃতদেহ। পৰিকল্পিতভাৱে হত্যা কৰি পাগলাদিয়া নৈৰ বালিচৰত পুতি থৈছিল হত্যাকাৰীয়ে। হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জগদীশ দাস, চন্দন দাস, সঞ্জীৱ কলিতা আৰু মন্টু বৰ্মণক।

You might also like
Leave A Reply

Your email address will not be published.