পুনৰ অসুস্থ মহন্ত

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। হৃদ ৰোগত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক আজি মহানগৰীৰ ডাউন টাউন হস্পাটালত ভৰ্তি কৰোৱা হৈছে।২০২০-২১ বৰ্ষত এই পৰ্যন্ত দুবাৰকৈ হৃদ ৰোগত আক্ৰান্ত হ’ল মহন্ত। অসুস্থতাৰ বাবেই বিগত নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকিব লগা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.