ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত
ৰাজ্য চৰকাৰৰ ক’ভিড টীকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰৰ প্ৰয়াসত সঁহাৰি।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ ১ হেজাৰ টকাৰ বৰঙণি এন ই ভাৰতৰ।
দিশপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১,০১,০০০ টকাৰ চেক প্ৰদান।
এন ই ভাৰতৰ সঞ্চালকদ্বয় দুলাল বৰা আৰু দিলীপ কুমাৰ নাথে প্ৰদান কৰিলে চেক।
নৱনিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনালে এন ই ভাৰত পৰিয়ালে। ।