টীম ইণ্ডিয়াৰ প্ৰশিক্ষণৰ বাঘজৰি ল’ব ৰাহুলে

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকক লৈ সকলো জল্পনা কল্পনাৰ অন্ত।’দ্য গ্ৰেট ৱাল’ খ্যাত ৰাহুল দ্ৰাবিড়েই হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক। অবশেষত আনুষ্ঠানিক ভাৱে এই পদবীৰ বাবে আৱেদন দাখিল কৰিলে ৰাহুলে।চলিত টি-২০ বিশ্বকাপৰ পাছতেই ৰবি শাস্ত্ৰীৰ স্থানত স্থলাভিসিক্ত হ’ব ৰাহুল দ্ৰাবিড়।

You might also like
Leave A Reply

Your email address will not be published.