মুম্বাইত ভয়ংকৰ পথ দুৰ্ঘটনা

আজি মুম্বাইৰ দাদৰ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। প্ৰাপ্ত খৱৰ মতে, মুম্বাইৰ দাদৰ অঞ্চলত এখন বেষ্ট বাছে (২২ নং পথ) মাৰোলৰ পৰা দক্ষিণ মুম্বাইৰ পাইধোনীলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা ডাম্পাৰ এখনত খুন্দা মৰাৰ ফলত আঠজন লোক আহত হয়, যাৰ ভিতৰত পাঁচজনৰ অৱস্থা সংকটজনক । আঘাতপ্ৰাপ্ত লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা যাত্ৰী।।

You might also like
Leave A Reply

Your email address will not be published.