জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা

জম্মু-কাশ্মীৰৰত সংঘটিত হৈছে এক শোকাৱহ বাছ দূৰ্ঘটনা। জম্মু-কাশ্মীৰৰ ডোডাত এখন বাছ খাদত বাগৰি পৰাত ১১ জন লোক নিহত আৰু ১৪ জন আহত হৈছে। প্ৰাপ্ত খৱৰ মতে, আহত ১৪ জনৰ ভিতৰত ৭ জনৰ অৱস্থা অতি সংকটজনক।উদ্ধাৰকাৰী কৰ্মী আৰু ভাৰতীয় সেনাৰ জোৱান সকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.