জামিন মঞ্জুৰ শ্বাহৰূখ পুত্ৰ আৰিয়ানৰ

অৱশেষত বোম্বাই উচ্চ ন্যায়ালয়ত জামিন লাভ বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান খানৰ।২৫ দিনৰ পাছত ড্ৰাগছৰ গোচৰত দুই সতীৰ্থ আৰবাজ মাৰ্চেন্ট আৰু মুনমুন ধামেচাসহ জামিন লাভ ‘কিং খান’ৰ অভিযুক্ত পুত্ৰৰ।যোৱা ৩ অক্টোবৰত NCBৰ জালত পৰি কাৰাৰুদ্ধ হৈ আছিল আৰিয়ান খান।।

You might also like
Leave A Reply

Your email address will not be published.