ক’ভিড আপডেট

নিউজ ডেস্ক-

দীপাৱলীৰ উলাহৰ মাজতে ৰাজ্যত পুনৰ বৃদ্ধি ক’ভিডৰ গণসংক্ৰমণ ।বৃহস্পতিবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ১৬৯ গৰাকী লোক । বিগত ২৪ ঘন্টাত ৪ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । মুঠ আক্ৰান্তৰ ৮৩ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ ১.০৫ % ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ১২,৮৮৫ গৰাকী । আনহাতে মৃত্যু ৪৬১ গৰাকী ব্যক্তিৰ ।
You might also like
Leave A Reply

Your email address will not be published.