জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

আজি গধুলি জম্মু আৰু কাশ্মীৰত সংঘটিত হয় সন্ত্ৰাসবাদীৰ এক ভয়ংকৰ আক্ৰমণ। প্ৰাপ্ত খৱৰ মতে, সন্ত্ৰাসবাদীৰ আক্ৰমণত আৰক্ষীসহ দুজন গুৰুতৰভাবে আহত হয়। সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ ১৬১ নং বেটেলিয়নক লক্ষ কৰি গ্ৰেনেড এটা দলিয়াই সংঘটিত কৰিছিল এই আক্ৰমণ। আক্ৰমণ সংঘটিত হৈছিল শ্ৰীনগৰৰ আলী মছজিদৰ সমীপত।

You might also like
Leave A Reply

Your email address will not be published.