ফাইনেলত পৰাস্ত শিৱ থাপা

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’লেও টুৰ্ণামেণ্টত ৫ টাকৈ মেডেল জিনাৰ প্ৰথমজন ভাৰতীয় পুৰুষ বক্সাৰ হোৱাৰ গৌৰৱেৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত উজলিল অসম সন্তান শিৱ থাপা। ডুবাইত অনুষ্ঠিত ASBC এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ৬৪কেজিৰ শাখাত ৰূপৰ পদকতে ক্ষান্ত ৰ’ব লগা হ’ল শিৱ।ফাইনেলত মংগোলিয়াৰ প্ৰতিদ্বন্দী বাটাৰচুখ চিনঝৰিগৰ হাতত ২‐৩ ব্যৱধানত শিৱে পৰাজয় বৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.