উদালি কাণ্ডৰ ২৪ দুৰ্বৃত্তক আটক

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

হোজাইত কৰ্মৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪টা দুৰ্বৃত্তক হোজাই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷

মহীলাসহ আটকাধীন দুৰ্বৃত্তৰ দলটোত আছে ম: কামাৰুদ্দিন,
ম: জৈনালুদ্দিন,ম: ৰাহানুদ্দিন,
চাইফুল আলম, ৰহিমুদ্দিন,ৰিজুল ইছলাম,টাইবুৰ ৰহমান, ৰহিমুদ্দিন
আব্দুল কালাম,নুৰজুল ইছলাম,আব্দুল গুমি, দিলৱাৰ হুছেইন, আব্দুল হুছেইন,আনোৱাৰ হুছেইন,ইক্ৰামুল হুছেইন,নাছিৰুদ্দিন , আলিমুদ্দিন ,জামিল আহমেদ,
চাহিল ইছলাম,চৰিফুদ্দিন,চাফিকুদ্দিন,
মফিজুৰ ৰহমান,মতিবুৰ ৰহমান
আৰু মিছ মিচবা বেগম।

দুৰ্বৃত্তৰ দলটোক আদালতলৈ লৈ গৈছে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.