ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে সংক্রমণৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৪৬ গৰাকীৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪,৩০৯ গৰাকী লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৩৮৩ গৰাকী। ডিব্ৰুগড়ত বৃদ্ধি পাইছে ক’ভিড সংক্রমণ। আক্ৰান্তৰ হাৰ ৪ .০২ শতাংশ। আৰোগ্যৰ হাৰ ৮৬.৯৪ শতাংশ। আনহাতে দেশত ক্ৰমে নিম্নগামী হৈছে সংক্ৰমণ। ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,৩২,৩৬৪ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,৭১৩ গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.