এইবেলিও নহয় অম্বুবাচী মেলা

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

এইবেলিও অনুষ্ঠিত নহয় অম্বুবাচী মেলা। ক’ভিড পৰিস্থিতিৰ বাবে নীলাচলৰ বুকুত বাতিল সকলো কাৰ্যসূচী। ৩০ জুনলৈ বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ।বাহ্যিকতা পৰিহাৰ কৰি কেৱল ধৰ্মীয় ৰীতি-নীতিৰ মাজতে সীমাবদ্ধ কৰা হ’ব অম্বুবাচীৰ প্ৰবৃত্তি- নিবৃত্তি।এই সময়চোৱাত শক্তিপীঠত সাধু-সন্যাসী,অতিথি-দৰ্শনাৰ্থীৰ প্ৰবেশ নিষিদ্ধ। বিবৃতি যোগে এই কথা সদৰি কৰিলে কামাখ্যাধাম পৰিচালনা সমিতিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.