মঙলদৈত অপৰাধী ক’ভিড ৰোগীৰ পলায়ন

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

মঙলদৈত চিকিৎসালয়ৰ পৰা ক’ভিড ৰোগীৰ পলায়নক লৈ চাঞ্চল্য ।
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন আব্দুল গণি নামৰ চুৰিৰ গোচৰত আটকাধীন লোকজনৰ।
চুৰি কাৰ্যত জড়িত হৈ গ্ৰেপ্তাৰৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণৰ সময়তে আক্ৰান্ত হৈছিল ক’ভিডত।
ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন অবস্থাত চিকিৎসালয়ৰ পিছ ফালৰ দুৱাৰ ভাঙি পলায়ন কৰে লোকজনে।
পলাতক আব্দুলক বিচাৰি সম্প্ৰতি তীব্ৰ অভিযান আৰম্ভ কৰিছে মঙলদৈ আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.