আজি ২৭ জানুৱাৰী

➡️১৭৫৬ চনৰ আজিৰ দিনটোতে বিস্ময়কৰ প্ৰতিভাধৰ সংগীতশিল্পী উলফগেং আমাডিউছ মোজাৰ্টৰ জন্ম হৈছিল।
➡️১৮৩২ চনৰ ২৭ জানুৱাৰী তাৰিখে ইংৰাজ শিশু সাহিত্যিক লুই কেৰলৰ (প্ৰকৃত নাম চীৰ্লছ লুটউইজ ডজছন) জন্ম হৈছিল।
➡️১৮৯৪ চনৰ এই দিনটোতে সাহিত্যিক সূৰ্য কুমাৰ ভূঞাৰ জন্ম হৈছিল।
➡️১৯৫৫ চনৰ ২৭ জানুৱাৰী তাৰিখে সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৭৪ চনৰ আজিৰ দিনটোতে তেতিয়াৰ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিয়ে দিল্লীৰ নেহৰু মিউজিয়ামক ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিছিল ।
➡️১৯৮৩ চনৰ ২৭ জানুৱাৰী তাৰিখে বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্য হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.