পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত উদ্ধাৰ ছয়টা বোমা। জানিব পৰা মতে, শুকুৰবাৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত উদ্ধাৰ কৰা হয় মুঠ ছয়টা বোমা।বোমাবোৰ উদ্ধাৰ কৰা হয় জিলাখনৰ কানাদি মহকুমাত। ইতিমধ্যে ঘটনা সন্দৰ্ভত আনাৰুল শ্বেখ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুৰ্ছিদাবাদ জিলা আৰক্ষীৰ বোমা নিষ্কাষন স্কোৱাডৰ বিষয়াই জানিবলৈ দিছে।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.