আজি ১০ ফেব্ৰুৱাৰী

➡️১৮৩৭ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে প্ৰখ্যাত ৰুছ সাহিত্যিক আলেকজেণ্ডাৰ পুস্কিনৰ মৃত্যু হৈছিল।
➡️১৮৯০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সাহিত্যিক বৰিছ পাষ্টেৰনাকৰ জন্ম হৈছিল।
➡️১৮৯৮ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে জাৰ্মান নাট্যকাৰ বাৰ্টোল্ট ব্ৰেখটৰ জন্ম হৈছিল।
➡️১৯১২ চনৰ এই দিনটোতে প্ৰসিদ্ধ বিজ্ঞানী যোছেফ লিষ্টাৰৰ মৃত্যু হৈছিল।
➡️১৯২৩ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থবিজ্ঞানী উইলহেম ৰন্টজেনৰ মৃত্যু হৈছিল।
➡️১৯৩১ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীক ভাৰতৰ ৰাজধানী ৰূপে মুকলি কৰা হৈছিল।
➡️১৯৭৯ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশৰ নতুন ৰাজধানী ইটানগৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে সাংবাদিক, ঔপন্যাসিক নিৰোদ চৌধুৰীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.