ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৩১৫ গৰাকী লোক। ইয়াৰে ১০১ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ৬ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৯৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.২১ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৬৭,০৮৪ গৰাকী । মৃত্যুমুখত পৰিছে ১,২৪১ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ৪.৪৪ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.