১৮৬১ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে আব্ৰাহাম লিংকনৰ কাৰ্যভাৰ গ্ৰহণ।
১৮৭৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী আৰু কবি সৰোজিনী নাইডুৰ জন্ম হৈছিল।
১৯৫৩ চনৰ এই দিনটোতে অসম বিজ্ঞান সমিতিৰ জন্ম হৈছিল। আদিতে ইয়াৰ নাম আছিল গুৱাহাটী বিজ্ঞান সমিতি। ১৯৫৬ চনত অসম বিজ্ঞান সমিতি নামেৰে নামাকৰণ কৰা হয়।
২০০২ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে ৰাজ্য চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) গঠনত অনুমোদন জনাইছিল।
২০০৩ চনৰ আজিৰ দিনটোতে সাহিত্য অকাডেমী বঁটা বিজয়ী যশস্বী সাহিত্যিক মেদিনী চৌধুৰীৰ দেহাৱসান ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ ফেব্ৰুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like