আজি ১৬ ফেব্ৰুৱাৰী

➡️আজি লিথুৱানিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৯০৭ চনৰ আজিৰ দিনটোতে ইটালীৰ কবি জি কাৰডুচিৰ মৃত্যু হৈছিল। ১৯০৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৪৪ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদা চাহেব ফাল্কেৰ মৃত্যু হৈছিল।
➡️১৯৫৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে খ্যাতনামা ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহাৰ মৃত্যু হৈছিল।
➡️১৯৮০ চনৰ এই দিনটোতে ভাৰতত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.