ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৫৫ গৰাকী লোক। ইয়াৰে ১৬ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ৪ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৮৩শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৩০,৭৫৭ গৰাকী ।মৃত্যুমুখত পৰিছে ৫৪১গৰাকী আক্ৰান্ত।

You might also like
Leave A Reply

Your email address will not be published.