আজি ২০ ফেব্ৰুৱাৰী

➡️১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল।
➡️১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশৰ পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ।
➡️২০০১ চনৰ আজিৰ দিনটোতে প্ৰাক্তন গৃহমন্ত্ৰী, জেষ্ঠ কমিউনিষ্ট নেতা ইন্দ্ৰজিৎ গুপ্তাৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ এই দিনটোতে বড়ো সাহিত্য সভাৰ ৪৩ সংখ্যক অধিৱেশন আৰম্ভ হৈছিল।
➡️২০০৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে হিন্দুস্তান লিভাৰ লিমিটেড কোম্পানীৰ নাম সলনি কৰা হৈছিল। নতুন নাম দিয়া হৈছিল হিন্দুস্তান ইউনিলিভাৰ লিমিটেড।।

You might also like
Leave A Reply

Your email address will not be published.