আজি ২২ ফেব্ৰুৱাৰী

➡️১৫১২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ইটালীৰ নাৱিক, অভিযাত্ৰী আমেৰিগো ভেছপুচিৰ মৃত্যু হৈছিল।
➡️১৭৩২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ জন্ম হৈছিল।
➡️১৮৮৫ চনৰ এই দিনটোতে কবি মহম্মদ ইকবালৰ জন্ম হৈছিল।
➡️১৯০৬ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বিশিষ্ট কবি, শিক্ষাবিদ হুমায়ুন কবীৰৰ জন্ম হৈছিল।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে কবি ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল।
➡️১৯৪৪ চনৰ এই দিনটোতে মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ মৃত্যু হৈছিল।
➡️১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে মৌলানা আবুল কালাম আজাদৰ মৃত্যু হৈছিল।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৯৬ চনৰ আজিৰ দিনটোতে জাৰ্মান বিজ্ঞানীৰ এটা দলে এক নতুন মৌলিক পদাৰ্থৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। ১১২ নং এই মৌলিক পদাৰ্থ জিংক, কেডমিয়াম আৰু পাৰাতকৈ গধুৰ।
➡️২০০৫ চনৰ এই দিনটোতে ইৰানত ভয়ংকৰ ভূমিকম্পত সহস্ৰাধিকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.