আজি ২৩ ফেব্ৰুৱাৰী

➡️আজি গিয়েনাৰ গণতন্ত্ৰ দিৱস।
➡️২৩ ফেব্ৰুৱাৰী ব্ৰুনেইৰ স্বাধীনতা দিৱস।
➡️১৮৫৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে জাৰ্মান গণিতজ্ঞ তথা বিজ্ঞানী ফ্ৰেডৰিক গাউছৰ মৃত্যু হৈছিল।
➡️১৯১৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ যাদুকৰ পি চি সৰকাৰৰ (প্ৰতুল চন্দ্ৰ সৰকাৰ) জন্ম হৈছিল।
➡️১৯৯৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে ক্ল’নিং পদ্ধতিৰে সৃষ্ট প্ৰথমটো প্ৰাণী ‘ডলী’ৰ জন্ম হৈছিল।
➡️২০০৪ চনৰ এই দিনটোতে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অভিনেতা বিজয় আনন্দৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ ৰাজনীতিত যোগদান। তেওঁৰ ৰাজনৈতিক দলৰ নাম আছিল ‘নাগৰিক শক্তি’।।

You might also like
Leave A Reply

Your email address will not be published.