আজি ২৪ ফেব্ৰুৱাৰী

➡️আজি এষ্টোনিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৩০৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে আৰবৰ দেশীয় পৰ্যটক ইবন বটুতাৰ জন্ম হৈছিল।
➡️১৮১০ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ মৃত্যু হৈছিল।
➡️১৯৩৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বায়ত্তশাসিত অসমৰ প্ৰথম ৰাজ্যপাল ৰূপে হেনৰী যোছেফ টুইনামৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৩৯ চনৰ ৪ অক্টোবৰলৈকে এওঁ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে এষ্টোনিয়াৰ স্বাধীন ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠা লাভ।
➡️২০০২ চনৰ এই দিনটোতে মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে জি টিভিৰ সংগীত প্ৰতিযোগিতাত অসমৰ দেৱজিৎ সাহা ‘ভাৰত কন্ঠ’ ৰূপে বিজয়ী হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.