➡️আজি কুৱেইটৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৫৮৬ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে পেছোৱাৰৰ ওচৰত হোৱা এখন যুদ্ধত আকবৰৰ সভাসদ বীৰবল নিহত হৈছিল।
➡️১৭৬০ চনৰ আজিৰ দিনটোতে ৰবাৰ্ট ক্লাইভৰ ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন, ১৭৬৫ চনত তেওঁ পুনৰ ভাৰতলৈ উভতি আহে।
➡️১৯৭১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ মৃত্যু হৈছিল।
➡️১৯৮৮ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম স্থল ক্ষেপণাস্ত্ৰ ‘পৃথ্বী’ৰ সফল পৰীক্ষামূলক বিস্ফোৰণ।
➡️২০০৭ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ১৫ লাখ কপি প্ৰচলন সংখ্যা অতিক্ৰম কৰা একমাত্ৰ আঞ্চলিক ভাষাৰ কাকত ৰূপে মালায়ালা মনোৰমা পৰিগণিত হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৫ ফেব্ৰুৱাৰী
Prev Post
Next Post
You might also like