আজি ২৮ ফেব্ৰুৱাৰী

➡️আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
➡️১৯০১ চনৰ আজিৰ দিনটোতে দুবাৰকৈ নোবেল জয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ জন্ম হৈছিল। তেওঁ ১৯৫৪ আৰু ১৯৬২ চনত ক্ৰমে ৰসায়ন বিজ্ঞান আৰু শান্তিৰ বাবে নোবেল বঁটা লাভ কৰিছিল।
➡️১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ প্ৰসিদ্ধ ‘ৰমণ পৰিঘটনা’ আৱিষ্কাৰ।
➡️১৯৩৬ চনৰ এই দিনটোতে জৱাহৰলাল নেহৰুৰ পত্নী কমলা নেহৰুৰ মৃত্যু হৈছিল।
➡️১৯৬৩ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ মৃত্যু হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৬২ চনৰ ১৩ মে’লৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯৯৪ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে কপিলদেৱে ৰিচাৰ্ড হেডলীৰ ৪৩১টা টেষ্ট উইকেটৰ বিশ্ব ৰেকৰ্ড ভংগ কৰিছিল।।
You might also like
Leave A Reply

Your email address will not be published.