স্বামী হত্যা গোচৰত যাৱজ্জীৱন কাৰাদণ্ড

স্বামী হত্যা গোচৰত মৰ্জিনা খাতুনক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা। স্বামী হত্যা গোচৰত শাস্তি ঘোষণা নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ । ২০১৩ চনত ২ নং বৰঘুলিত সংঘটিত হৈছিল হত্যাকাণ্ড। ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত ১১৮/১৩ নম্বৰত ৰুজু হৈছিল গোচৰ। এগৰাকী পুত্ৰৰ বিৰুদ্ধেও উত্থাপন হৈছিল হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ। আনহাতে আদালতে দোষমুক্ত ঘোষণা কৰে পুত্ৰক।

You might also like
Leave A Reply

Your email address will not be published.