আজি ৫ মাৰ্চ

➡️১৬৯৯ চনৰ ৫ মাৰ্চ তাৰিখে সিংহাসনত আৰোহণ মহাৰজা জয় সিং, দ্বিতীয় অম্বৰৰ
➡️১৮৫১ চনৰ এই দিনটোতে ভাৰতৰ ‘জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়া’ প্ৰতিষ্ঠা হৈছিল।
➡️১৯৩১ চনৰ আজিৰ দিনটোতে স্বাক্ষৰিত হৈছিল গান্ধী-আৰউইন চুক্তি।
➡️১৯৫৩ চনৰ ৫ মাৰ্চ তাৰিখে ছোভিয়েট ৰাষ্ট্ৰনায়ক যোছেফ ষ্টেলিনৰ মৃত্যু হৈছিল।
➡️১৯৭৫ চনৰ আজিৰ দিনটোতে লোকনায়ক অমিয় কুমাৰ দাসৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.