আজি ১৬ মাৰ্চ

➡️এই দিনটো যক্ষ্মা ৰোগ নিবাৰণী দিৱস হিচাপে পালন কৰা হয়।
➡️১৯২৬ চনৰ ১৬ মাৰ্চ তাৰিখে বিশ্বৰ প্ৰথমটো আধুনিক ৰকেট নিৰ্মাণ কৰা হৈছিল। নিৰ্মাতা আছিল মাৰ্কিন পদাৰ্থবিদ ৰবাৰ্ট গডাৰ্ড।
➡️১৯৪০ চনৰ আজিৰ দিনটোতে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক ছুইডেনৰ ছেলমা লাগেৰলফৰ মৃত্যু হৈছিল। তেওঁ ১৯০৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৭২ চনৰ এই দিনটোতে স্বাধীনতা সংগ্ৰামী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে লাহোৰ-নতুন দিল্লীৰ মাজত পোনপটীয়া বাছসেৱা মুকলি কৰা হৈছিল।
➡️১৮৩৯ চনৰ ১৬ মাৰ্চ তাৰিখে সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক ছালী প্ৰুধোমৰ পেৰিছত জন্ম হৈছিল। ১৯০১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৮০ চনৰ আজিৰ দিনটোতে বাংলা সাহিত্যৰ প্ৰসিদ্ধ লেখক ৰাজশেখৰ বসুৰ (পৰশুৰাম নামে বিখ্যাত) জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.