বোকাজানৰ খটখটীত যাত্ৰীবাহী বাছত উদ্ধাৰ মাৰনাস্ত্ৰ।আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া তালাচীত মাৰনাস্ত্ৰ উদ্ধাৰ।মন জিলা অভিমুখী বাছত উদ্ধাৰ দুটা ফেক্টৰীত নিৰ্মিত পইন্ট 32 পিষ্টল,দুটা মেগজিন আৰু দুটা ৱাকি টকী।NL07-B-0385 নম্বৰৰ বাছখনত এটা বেগৰ ভিতৰত আপেলৰ বাকচত ভৰাই আনিছিল মাৰনাস্ত্ৰ। বিয়লি প্ৰায় ৪:৩০ বজাত জালত পৰা বাছখনত নাছিল মাৰনাস্ত্ৰ কঢ়িওৱা ক’লা বেগটোৰ গৰাকী।আৰক্ষীয়ে গৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like